বোৱা-কটা নজনা তিৰোতাক কি বুলি উপহাস কৰা হৈছিল ?

উত্তৰঃ- বোৱা-কটা নজনা তিৰোতাক ‘থুপুৰী’ বুলি উপহাস কৰা হৈছিল ।