মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক’ত ফাঁচী দিছিল ?

উত্তৰঃ- মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট জে’লত ফাঁচী দিছিল ।