মহেনজোদাৰোত প্ৰায় কিমান কুঁৱা আছিল বুলি পণ্ডিতসকলে অনুমান কৰে ?

উত্তৰঃ– মহেনজোদাৰোত প্ৰায় ৭০০ কুঁৱা আছিল বুলি পণ্ডিতসকলে অনুমান কৰে ।