শিৱসাগৰ জিলাৰ পৰা কিমান কিলোমিটাৰ দূৰৈত শৰাগুৰি চাপৰিত আজান পীৰৰ দৰগাহ আছে ?

উত্তৰঃ- শিৱসাগৰ জিলাৰ পৰা ২২ কিলোমিটাৰ দূৰৈত শৰাগুৰি চাপৰিত আজান পীৰৰ দৰগাহ আছে ।