উত্তৰঃ- গুলবদন আছিল বাবৰৰ জীয়েক, হুমায়ুনৰ ভনীয়েক আৰু আকবৰৰ পেহীয়েক ।
Question and Answer Solution
উত্তৰঃ- গুলবদন আছিল বাবৰৰ জীয়েক, হুমায়ুনৰ ভনীয়েক আৰু আকবৰৰ পেহীয়েক ।
উত্তৰঃ- হুমায়ুন নামা গ্ৰন্থখন গুলবদন বেগমে ৰচনা কৰিছিল ।
উত্তৰঃ- মোগলসকলৰ ঘৰুৱা সংসাৰৰ বিষয়ে জানিবলৈ সুযোগ দিয়া গ্ৰন্থখনৰ নাম হ’ল- হুমায়ুন নামা ।
উত্তৰঃ- সম্ৰাট ছাহজাহানৰ দুজনী জীয়াৰী আছিল । আৰু জীয়াৰী দুজনীৰ নাম হ’ল- জাহানাৰা আৰু ৰোচানাৰাই ।