গুলবদন কোন আছিল ?

উত্তৰঃ- গুলবদন আছিল বাবৰৰ জীয়েক, হুমায়ুনৰ ভনীয়েক আৰু আকবৰৰ পেহীয়েক ।