উত্তৰঃ ভল্টেয়াৰ ১৬৯৪ চনত জন্মগ্ৰহণ কৰিছিল ।
Question and Answer Solution
উত্তৰঃ ভল্টেয়াৰ ১৬৯৪ চনত জন্মগ্ৰহণ কৰিছিল ।
উত্তৰঃ ১৮ শতিকাটোক সমালোচনা আৰু যুক্তিবাদৰ যুগ বুলি বিবেচনা কৰা হৈছিল ।
উত্তৰঃ- ফৰাছী পৰ্যটকসকলৰ ভিতৰত জ্যা বেপটিষ্ট টেভাৰ্নিয়াৰ অন্যতম প্ৰখ্যাত লোক আছিল ।
উত্তৰঃ- ইবন বটুটা এজন দুৰ্ঘোৰ ভ্ৰমণকাৰী আছিল ।