আংগামী নগাসকলে পোন প্ৰথমে উত্তৰ-পূব অঞ্চলত কি কৰিছিল ?

উত্তৰঃ- আংগামী নগাসকলে পোন প্ৰথমে উত্তৰ-পূব অঞ্চলত জলসিঞ্চন পদ্ধতিৰে খেতি কৰিছিল ।