আহোম যুগত মাটিৰ গৰাকী কোন আছিল ?

উত্তৰঃ- আহোম যুগত মাটিৰ গৰাকী ৰজা আছিল ।