কিমান খ্ৰীষ্টাব্দত ৰচিত পুৰাণৰ আখ্যানসমূহত শিৱক ৰুদ্ৰ বুলি কোৱা হয় ?

উত্তৰঃ- প্ৰায় এহেজাৰ খ্ৰীষ্টাব্দত ৰচিত পুৰাণৰ আখ্যানসমূহত শিৱক ৰুদ্ৰ বুলি কোৱা হয় ।