পাহাৰ বা ওখ ঠাইত থাকিবলৈ ভালপোৱা অসমৰ নৱপ্ৰস্তৰ যুগৰ মানুহবিলাকে কি খেতি কৰে ?

উত্তৰঃ- পাহাৰ বা ওখ ঠাইত থাকিবলৈ ভালপোৱা অসমৰ নৱপ্ৰস্তৰ যুগৰ মানুহবিলাকে জুমখেতি কৰে ।