‘পিয়াদাসীৰ’ অৰ্থ পণ্ডিতসকলে কি বুলি অনুবাদ কৰে ?

উত্তৰঃ- ‘পিয়াদাসীৰ’ অৰ্থ পণ্ডিতসকলে ‘প্ৰিয় দৰ্শনীয়’ বুলি অনুমান কৰে ।