১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেলত যোগদান কৰিবৰ বাবে কোন লণ্ডনলৈ গৈছিল ?

উত্তৰঃ- ১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেলত যোগদান কৰিবৰ বাবে গান্ধীজী লণ্ডনলৈ গৈছিল ।