Month: June 2022

সবৰমতা আশ্ৰমত গন্ধীজী | অধ্যায় ৭ | Class 3 Assamese Lesson 7 Question and Answer | SCERT Class III Assamese Chapter 7 Solution Answer | Class 3 Assamese Lesson 7 Model |

 ১) উত্তৰ দিয়া ক) গান্ধীজীয়ে ঘোঁৰা গাৰীখন কেই বজাত  আনিবলৈ কৈছিল?  উত্তৰঃ গান্ধীজীয়ে ঘোঁৰা গাৰীখন ৰাতিপুৱাৰ আঠ বজাত আনিবলৈ কৈছিল? খ) সময়মতে কোন আহি নাপালেহি? উত্তৰঃ সময়মতে কচোৱাজন আহি নাপালে। গ) “সময়ৰকাম সময়মতে হোৱাটো মই বাঞ্চা কৰোঁ” কথাষাৰ কোনে কৈছিল। উত্তৰঃ কথাষাৰ গান্ধীজীয়ে কৈছিল। ২)ক) চাইকোল চলাই হ’লেও গান্ধীজীয়ে সভাত কিয় উপস্থিত হৈছিলগৈ? উত্তৰঃ “সময়ৰ কাম সময়মতে হোৱাটো গান্ধীজীয়ে…

Read the full article

ময়ূৰ পক্ষীৰ জন্ম কাহিনী | অধ্যায় ৬ | Class 3 Assamese Lesson 6 Question and Answer | SCERT Class 3 Assamese Lesson 6 Answer | Class 3 Assamese Chapter 6 Solution |

পাঠ-৬  ময়ূৰ পক্ষীৰ জন্ম কাহিনী (ক) স্ৱৰ্গৰ ৰজাজনৰ নাম কি ? উত্তৰঃ স্ৱৰ্গৰ ৰজাজনৰ নাম ইন্দ্ৰ । (খ) তেঁওৰ ৰাজ -সভাৰ নৰ্তকী চৰাইজনীৰ নাম কি? উত্তৰঃ তেওঁৰ ৰাজ-সভাৰ নৰ্তকী চৰাইজনীৰ নাম বালিমাহী চৰাই। (গ) দেৱকন্য়াই মৰ্ত্য়লৈ যাওঁতে লগত কি লৈ গৈছিল? উত্তৰঃ দেৱকন্য়াই মৰ্ত্য়লৈ যাওঁতে লগত বালিমাহীক লৈ গৈছিল। (ঘ) দেৱকন্য়াই তাঁত-শালখন কিয় নিছিল? উত্তৰঃ  দেৱকন্য়াই পৃথিৱীৰ সৌন্দৰ্য…

Read the full article

মাকণৰ চিঠি | Lesson 5 | Class 3 Assamese Chapter 5 Question and Answer | SCERT Class 3 Assamese Chapter 3 Solution | Class 3 Assamese Chapter 5 Answer |

👉 উত্তৰ দিয়া । ১। (ক) মিস্ত্ৰিজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিছিল? উত্তৰঃ মিস্ত্ৰিজনে প্ৰধান শিক্ষকক কাগজত পাবলগীয়া টকা হিচাপ দিছিলে। (খ) মিস্ত্ৰিজনে স্কুলত কি কাম কৰিছিল? উত্তৰঃ মিস্ত্ৰিজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল। (গ) প্ৰধান শিক্ষকে মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে কি ভাবিলে? উত্তৰঃ প্ৰধান শিক্ষক মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে ভাবিলে যে তায়ো মাকৰ…

Read the full article

আগলি বাঁহত বগলীৰ বাহ | Lesson 4 | Class 3 Assamese Lesson 4 Question and Answer | SCERT Class 3 Assamese Chapter 4 Solution |

 আগলি বাঁহত বগলীৰ বাহ 👉তলৰ প্ৰশ্নবোৰ উত্তৰ কোৱা আৰু লিখা। (ক) আমৰ ডাল কোনে লৰাইছে ? উত্তৰঃ আমৰ ডাল ল’ৰাহঁতে লৰাইছিল। (খ) আমৰ ডাল লৰোৱা সজুলিটো কি ? উত্তৰঃ আমৰ ডাল লৰোৱা সজুলিটো বৰহাঁকুটি । (গ) গছৰ কাষতে কি আছে ? উত্তৰঃ গছৰ কাষতে খাল আছে। (ঘ) বগা বগলীৰ বাহ ক’ত আছে ? উত্তৰঃ বগা বগলীৰ বাহ আগলি বাঁহত…

Read the full article