তিৱা সমাজত প্ৰচলিত কেইবিধমান বাদ্য়যন্ত্ৰ কি ?

উত্তৰঃ তিৱা সমাজত প্ৰচলিত কেইবিধমান বাদ্য়যন্ত্ৰ হৈছে খ্ৰাম, খ্ৰামবাৰ, টুম্বাং, থোৰাং, পাংচি, গগণা, টোকাৰী আদি ।