তিৱাসকলৰ কেইবিধমান সাজপাৰ কি ?

উত্তৰঃ তিৱাসকলৰ কেইবিধমান সাজপাৰ হৈছে ক্ৰমে কাছং, ফাচকাই, টাগলা আদি ।