অসমীয়া সমাজত প্ৰচলিত থকা কেইবিধমান ঘাত যন্ত্ৰ কি ?

উত্তৰঃ অসমীয়া সমাজত প্ৰচলিত কেইবিধমান ঘাত যন্ত্ৰ হৈছে- তাল, কাঁহ, ঘন্টা আদি।