ঘাত যন্ত্ৰ কাক বোলা হয় ?

উত্তৰঃ প্ৰায় একেজাতীয় দুটা অংশৰ সংঘৰ্ষৰ ফলত যি সাংগীতিক শব্দৰ সৃষ্টি হয় তাকেই ঘাত যন্ত্ৰ বোলা হয় ।