ইংৰাজী ভাষাত Folk শব্দটো ক’ৰ পৰা লোৱা হৈছে ?

উত্তৰঃ ইংৰাজী ভাষাত Folk শব্দটো জাৰ্মান ভাষাৰ Volk শব্দৰ পৰা লোৱা হৈছে ।