ইংৰাজী ভাষাত Lore শব্দটো ক’ৰ পৰা লোৱা হৈছে ?

উত্তৰঃ ইংৰাজী ভাষাত Lore শব্দটো টিউটনিক ভাষাৰ পৰা লোৱা হৈছে । টিউটনিক ভাষাত Lore শব্দৰ অৰ্থ হৈছে জ্ঞান আহৰণ ।