চমাংকান উৎসৱৰ দ্বিতীয় আৰু তৃতীয় দিনা কি পালন কৰা হয় ?

উত্তৰঃ চমাংকান উৎসৱৰ দ্বিতীয় দিনা কানছ (সৰু নাচ) আৰু তৃতীয় দিনা কানপি (বৰ নাচ) পালন কৰা হয় ।