চমাংকান উৎসৱৰ শেষৰ দিনাৰ ৰীতি-নীতি কি ?

উত্তৰঃ চমাংকান উৎসৱৰ শেষৰ দিনা মৃতকৰ অস্থি অৰ্থাৎ আবং কেথন পুনৰ শ্মশানত দাহ কৰা হয় । এই দিনটোক বানজাৰ বেকু হিচাপে অভিহিত কৰা হয় ।