সাহিত্য়ৰথী লক্ষ্মীনাথ বেজবৰুৱাই লোক সংস্কৃতিৰ সংজ্ঞা কিদৰে দিছে ?

উত্তৰঃ ‘কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য়-অসভ্য়, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাঁত যেনেকৈ সেই জাতিৰ নিজা ভাষাত মচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথাবিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ-ব্য়ৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায় ।’