Folklore শব্দটো সমগ্ৰ বিশ্বতে সাৰ্বজনীনভাৱে কেতিয়া গ্ৰহণ কৰা হয় ?

উত্তৰঃ ১৮৮৭ চনত Folklore Socity য়ে লোক সংস্কৃতিক বুজোৱা শব্দ হিচাপে সাৰ্বজনীনভাৱে স্বীকৃত কৰে ।