শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে কি বুলি জনা যায়? Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ এক শৰণীয় নাম ধৰ্ম।
অৰুণাচল প্ৰদেশৰ বেছি ভাগ লোকে কি ধৰ্ম অনুসৰণ কৰে? Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ বৌদ্ধ ধৰ্ম।
———- মঠ ছিকিমৰ প্ৰাচীনতম মঠ। Posted on 31/08/202231/08/2022 by Puspa Kakati (ক) চাংগা চেলিং (খ) তাচিডিং (গ) লাব্ৰাং (ঘ) এনচে উত্তৰঃ চাংগা চেলিং।
কোন চনত ”আৱাৰ লেডী গুড হেল্থ ” তীৰ্থ মেগালয়ত স্থাপন কৰা হয়? Posted on 31/08/202231/08/2022 by Puspa Kakati (ক) ১৯৯০ (খ) ১৯৮৬ (গ) ১৯৮৯ (ঘ) ১৯৮৫ উত্তৰঃ ১৯৮৯।