শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে কি বুলি জনা যায়?

উত্তৰঃ এক শৰণীয় নাম ধৰ্ম।