নহ’লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ’ব পাৰে ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোঁতেই অচিনা পানচৈ লাগিলেহি ঘাটিতে মোৰ অজানিতে দুলনি দিলে নুবুজাকৈ মনতে মোৰ গুপুতে যৌৱনে ক’লে আজু সেযেই হিয়া-দিয়া-নিয়া। প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে তথাৰিতো বাৰে বাৰে মোহাৰিব পাৰিলে তথাপেতো বাৰে বাৰে ছিগি যাব কিয় খোজে সুৰ অকাৰণে-অজানিতে ল’ৰালিৰ ওমলোতে ভাল…