জুবিন গাৰ্গৰ গীত দিহিঙৰ গৰা

দিহিঙৰ গৰা জহিছে খহিছে

আঁতৰৰ পৰাই দেখাই দিখিছে

মোৰে মন নদীৰ দুয়োটি পাৰ

কিয়নো খহিছে

তুমি দেখিছেনে

দেখি ভাৰিছানে ?

আলি দোমোজাতে

থমকি ৰ’লোঁ মই

কেনি এটি উপায়

খাবও নোৱাৰো শুবওো নোৱাৰো

তুমি যে ৰ’লা মোৰ ভাৱনাতে।

নিলগে নিলগে

বুকু জ্বলে পোৰে

দিয়া অনিমতি

আহো কাষলৈ

মৰমৰে ভেটা সাজি দিয়া

মোৰ মন নদীৰ দুয়ো পাৰতে।