Month: September 2022

জুবিন গাৰ্গৰ গীত নাহৰ ২০০২

নাহৰেৰে কুমলীয়া পাতে সৰুমাই তই ৱবাৰু মোৰে কথা বুজিছনে নাই ঘনে ঘনে তোলৈ ঘনে ঘনে তোলৈ কিয় মোৰে চকু যায় ঘনে ঘনে তোলৈ কিয় মোৰে চকু যায় নাহৰৰে… দোভাগ ৰাতি কোনে বাৰু সুহুৰি বজায় চাওঁ বুলি যদিও তই দুৱাৰ খোলা নাই বুকুৰ মাজত জান ঐ বুকুৰ মাজত জানো কিবা কিবি লগা নাই বুকুৰ মাজত জানো…

Read the full article

জুবিন গাৰ্গৰ গীত মৰমৰ শিখাটি যে জ্বলে নিজৰ বুকু পুৰি

মৰমৰ শিখাটি যে জ্বলে নিজৰ বুকু পুৰি দিবলৈ বিলাই আনকে পোহৰ দহনৰ জ্বালা নিজে সহি বুজে কোনে মমৰ বেদনা জ্বলি গ’লা বুকুৰে জানা নোসোধে কোনেও কিয় বাৰু নোসোধে কোনেও কিয় বাৰু মমৰ শিখাটি যে জ্বলে নিজৰে বুকু পুৰি এই জীৱন আনৰ বাবে মাথোঁ নিজক বিলাই দিয়া বিনিময়ৰ প্ৰতিবাদত কাৰো পৰা একো নিবিচৰা ধূপ জ্বলে নিৰৱে…

Read the full article

জুবিন গাৰ্গৰ গীত বান্ধৈ ঐ হুৱা-দুৱা লাগিলে

বান্ধৈ ঐ হুৱা-দুৱা লাগিলে তেওঁ ইটো মূৰত মই সিটো মূৰত প্ৰেম শৰে বুকু বিন্ধিলে বান্ধৈ ঐ কি ক’মনো তহঁতক মেৰিয়াই মেৰিয়াই বান্ধিলে আহি তেওঁ পিৰিটিই পঘাৰে মোক। সপোন বুৰোৱা নয়ন হাঁহিৰে উপচা প্ৰাণ সুখে উজলোৱা জোন জীৱনে আনি দিব। বাগৰে কটোৱা দেহা তেওঁৰ কোলাতে শুব অনুৰাগী কথাৰে মোৰ বুকু জুৰাব। আশাবোৰ উৰি উৰি সময়ৰে স’তে…

Read the full article