Month: September 2022

জুবিন গাৰ্গৰ গীত এতিয়া জোনাকে

এতিয়া জোনাকে ম মায়া ৰচে এতিয়া ডাৱৰে ন খেলা পাতে তুমি অহা বাবেই পোহৰে পাখি মেলে, সাৰ পালে সপোন এতিয়া জোন জ্বনে মোৰ দুচকুতে এতিয়া ফুল ফুলে ৰঙা কলিজাতে তুমি আছা কাষতে মন নদী উপচাই মৰমে বুকু শিপাই উশাহে-নিশাহে মৰমৰে কণা থৌকি-বাখৌ হিয়া বাহিৰে-ভিতৰে উমি উমি জ্বলে কামানেৰে ভৰা তৃষা মেঘে মেঘে যেন উতলা যৌৱন…

Read the full article

অসমৰ এই বিখ্যাত চলচ্চিত্ৰ পৰিচালক গৰাকীৰ নাম কোৱা যাৰ সাতখন চলচ্চিত্ৰই ১৯৭৭ চনৰ পৰা ১৯৯৬ চনলৈ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ শাখাত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

(ক) ড° ভূপেন হাজৰিকা (খ) জাহৃু বৰুৱা (গ) ড° ভবেন্দ্ৰ নাথ শইকীয়া (ঘ) প্ৰমথেশ বৰুৱা উত্তৰঃ ড° ভবেন্দ্ৰ নাথ শইকীয়া।