জুবিন গাৰ্গৰ গীত এতিয়া জোনাকে

এতিয়া জোনাকে ম মায়া ৰচে

এতিয়া ডাৱৰে ন খেলা পাতে

তুমি অহা বাবেই পোহৰে পাখি মেলে,

সাৰ পালে সপোন

এতিয়া জোন জ্বনে মোৰ দুচকুতে

এতিয়া ফুল ফুলে ৰঙা কলিজাতে

তুমি আছা কাষতে মন নদী উপচাই

মৰমে বুকু শিপাই

উশাহে-নিশাহে মৰমৰে কণা

থৌকি-বাখৌ হিয়া

বাহিৰে-ভিতৰে উমি উমি জ্বলে

কামানেৰে ভৰা তৃষা

মেঘে মেঘে যেন উতলা যৌৱন

বেদনা দবৰ আজি, দুচকু জোনাকী ভৰা

আকাশে আকাশে জীৱনৰে ৰং

আজি দেখো দিয়া আছে

ফুলে পাতে শুনো সপোনৰ সুৰ

জোনাকে দুকাষে নাচে

এই মধুক্ষণ নভৰে যেন মন

চোৱা মোৰ দুচকুলে নিজকে বিচাৰি পাবা।