ক্ৰিয়া বিশেষণীয় খণ্ডবাক্য় মানে কি ?

উত্তৰ ঃ ক্ৰিয়া পদৰ সম্প্ৰসাৰক ৰূপেপ্ৰয়োগ হোৱা খণ্ডবাক্য়বোৰ ক্ৰিয়া বিশেষণীয় খণ্ডবাক্য়হিচাপে জনা যায় ।