বিশেষণীয় খণ্ডবাক্য় মানে কি ?

উত্তৰ ঃ কৰ্তা অথবা কৰ্মৰ সম্প্ৰসাৰক খণ্ডবাক্য়বোৰ গুণবোধক এতেকে এনে খণ্ডবাক্য়ক বিশেষণীয় খণ্ডবাক্য (Adjectival Phrase) বোলে ।