ড° বাণী কান্ত কাকতিৰ মতে অসমীয়া ভাষাৰ বিশিষ্ট ব্যজ্ঞনধ্বনি কেইটা আৰু কি কি ?

উত্তৰ ঃ ড° বাণী কান্ত কাকতিৰ মতে অসমীয়া ভাষা বিশিষ্ট ব্যজ্ঞনধ্বনি ১৭ টা । সেইকেইটা হ ‘ল প,ব,ত,দ,ক,গ,ম,ন,ঙ,চ,জ,ল.ৰ,হ,ৱ,য় ।