নিৰ্দিষ্ট বাচক মানে কি ?

উত্তৰ ঃ কোনো বস্তুক নিৰ্দিষ্ট কৈ বুজাবলৈ যিবোৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয় তাকে নিৰ্দিষ্টতা বাচক প্ৰত্যয় বোলে ।