Month: January 2023

Class 10 Social Science MCQs Answer | Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

১. ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত? (ক) দুটা (খ) তিনিটা (গ) চাৰিটা Answer: (ক) দুটা ২. মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ? (ক) তিনি প্ৰকাৰৰ (খ) চাৰি প্ৰকাৰৰ (গ) পাঁচ প্ৰকাৰৰ Answer: (খ) চাৰি প্ৰকাৰৰ ৩. মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই কি বোলা হয়? (ক) সম্পদ (খ) মানৱসৃষ্ট সম্পদ (গ) ইয়াৰে…

Read the full article