Class 10 Social Science MCQs Answer | Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

১. ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

Answer: (ক) দুটা

২. মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ?

(ক) তিনি প্ৰকাৰৰ

(খ) চাৰি প্ৰকাৰৰ

(গ) পাঁচ প্ৰকাৰৰ

Answer: (খ) চাৰি প্ৰকাৰৰ

৩. মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই কি বোলা হয়?

(ক) সম্পদ

(খ) মানৱসৃষ্ট সম্পদ

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) সম্পদ

৪. বস্তু এটা সম্পদ হবলৈ বস্তুটোৰ কেইটা গুণ থাকিব লাগিব?

(ক) চাৰিটা

(খ) তিনিটা

(গ) দুটা

Answer: (গ) দুটা

৫. মানুহ সম্পদৰ লগত কেই প্ৰকাৰে জড়িত?

(ক) দুই প্ৰকাৰে

(খ) তিনি প্ৰকাৰে

(গ) চাৰি প্ৰকাৰে

Answer: (ক) দুই প্ৰকাৰে

৬. ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, যান-বাহন আদিক কি সম্পদ বোলে?

(ক) প্ৰাকৃতিক সম্পদ

(খ) মানৱ-সৃষ্ট সম্পদ

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) মানৱ-সৃষ্ট সম্পদ

৭. বায়ু, পানী, গছ-গছনি,  নদ-নদী আদিক কি সম্পদ বোলে?

(ক) মানৱ-সৃষ্ট সম্পদ

(খ) প্ৰাকৃতিক সম্পদ

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) প্ৰাকৃতিক সম্পদ

৮. প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক কি সম্পদ বোলে?

(ক) মানৱ-সৃষ্ট সম্পদ

(খ) প্ৰাকৃতিক সম্পদ

(গ) জীৱীয় সম্পদ

Answer: (গ) জীৱীয় সম্পদ

৯. জীৱীয় সম্পদৰ এটা উদাহৰণ দিয়া?

(ক) উদ্ভিদ

(খ) পানী

(গ) কয়লা

Answer: (ক) উদ্ভিদ

১০. মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি আৰু নিজা ভাল গুণ যেনে- ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক কি সম্পদ বোলে?

(ক) নবীকৰণ সম্পদ

(খ) জীৱীয় সম্পদ

(গ) ব্যক্তিগত সম্পদ

Answer: (গ) ব্যক্তিগত সম্পদ

১১. প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ নিৰ্জীৱ সেইবোৰক কি সম্পদ বোলে?

(ক) অজীৱীয় সম্পদ

(খ) নবীকৰণ সম্পদ

(গ) নিজীৱীয় সম্পদ

Answer: (ক) অজীৱীয় সম্পদ

১২. অভায়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান আদিক কি সম্পদ বোলা হয়?

(ক) জীৱীয় সম্পদ

(খ) জাতীয় সম্পদ

(গ) ৰাষ্ট্ৰীয় সম্পদ

Answer: (খ) জাতীয় সম্পদ

১৩. অজীৱীয় সম্পদৰ এটা উদাহৰণ দিয়া?

(ক) উদ্ভিদ

(খ) প্ৰাণী

(গ) মাটি

Answer: (গ) মাটি

১৪. প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবোৰক কি সম্পদ বোলে?

(ক) জাতীয় সম্পদ

(খ) স্থানিক সম্পদ

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) স্থানিক সম্পদ

১৫. বিলুপ্ত হ’ব ধৰা প্ৰাণীৰ ভিতৰত যিকোনো এটা উদাহৰণ দিয়া?

(ক) ধনেশপক্ষী

(খ) কাউৰী

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) ধনেশপক্ষী

১৬. অসমৰ মূল্যৱান উদ্ভিদ এডালৰ উদাহৰণ দিয়া?

(ক) চেগুণ

(খ) গমাৰী

(গ) সৰ্পগন্ধা

Answer: (গ) সৰ্পগন্ধা

১৭. কিমান চনত স্বতন্ত্ৰভাৱে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল?

(ক) ১৯৮৬ চনত

(খ) ১৯৮৫ চনত

(গ) ১৯৮৪ চনত

Answer: (ক) ১৯৮৬ চনত

১৮. ৰাষ্ট্ৰসংঘৰ আহ্বানত সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে কি তাৰেখে বিশ্ব পৰিৱেশ দিৱশ পালন কৰা হয়?

(ক) ১ জুন তাৰিখে

(খ) ৩ জুন তাৰিখে

(গ) ৫ জুন তাৰিখে

Answer: (গ) ৫ জুন তাৰিখে

১৯. অৰ্থনীতিৰ সূত্ৰ অনুসৰি  যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক কি বোলা হয়?

(ক) সম্পত্তি

(খ) সৰ্পগন্ধা

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) সম্পত্তি

২০. মাটি, শিল, পানী, খনিজ পদাৰ্থ আদিক কি সম্পদ বোলে?

(ক) জীৱীয় সম্পদ

(খ) অজীৱীয় সম্পদ

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) অজীৱীয় সম্পদ