Month: January 2023

Class 10 Social Science MCQs Answer | Chapter ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

১. বহুসংখ্যক পণ্ডিতৰ মতে সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা কোন আছিল? (ক) আহোমসকল (খ) দ্ৰাবিড়সকল (গ) ইয়াৰে এটাও নহয়। Answer: (খ) দ্ৰাবিড়সকল ২. ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিক ভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কেইটা? (ক) ৭০৫ টা (খ) ৬০৫ টা (গ) ৮০০ টা Answer: (ক) ৭০৫ টা ৩. ২০০১ চনৰ পিয়ল অনুযায়ী ভাৰতত বিবেচনাপূৰ্বকভাৱে মাতৃভাষা বুলি ক’ব…

Read the full article