Class 10 Social Science MCQs Answer | Chapter ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

১. বহুসংখ্যক পণ্ডিতৰ মতে সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা কোন আছিল?

(ক) আহোমসকল

(খ) দ্ৰাবিড়সকল

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) দ্ৰাবিড়সকল

২. ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিক ভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কেইটা?

(ক) ৭০৫ টা

(খ) ৬০৫ টা

(গ) ৮০০ টা

Answer: (ক) ৭০৫ টা

৩. ২০০১ চনৰ পিয়ল অনুযায়ী ভাৰতত বিবেচনাপূৰ্বকভাৱে মাতৃভাষা বুলি ক’ব পৰা প্ৰচলিত ভাষা কেইটা আছে?

(ক) ৭০৫ টা

(খ) ১০১৪ টা

(গ) ১০১৩ টা

Answer: (গ) ১০১৩ টা

৪. ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে?

(ক) ২০ টা

(খ) ২২ টা

(গ) ২৪ টা

Answer: (খ) ২২ টা

৫. ২০০১ চনৰ পিয়ল অনুযায়ী ভাৰতত বিবেচনাপূৰ্বকভাৱে মাতৃভাষা বুলি ক’ব পৰা প্ৰচলিত ভাষাকেইটা ভিতৰত আকৌ কেইটা প্ৰধান ভাষা?

(ক) ১২২ টা

(খ) ১২৫ টা

(গ) ১৩০ টা

Answer: (ক) ১২২ টা

৬. প্ৰাচীন কালৰ শিলেৰে নিৰ্মিত মঠ-মন্দিৰসমূহৰ নিৰ্মাণ শৈলিক ঘাইকৈ কেই ভাগত ভাগ কৰিব পাৰি?

(ক) চাৰি ভাগত

(খ) তিনি ভাগত

(গ) পাঁচ ভাগত

Answer: (খ) তিনি ভাগত

৭. উল্লিখিত সমগ্ৰ স্থাপত্য ৰাজিৰ ভিতৰত বিশ্ববন্দিত তাজমহলক কি বুলি ক’ব পাৰি?

(ক) মধ্যমণি

(খ) ৱেচৰ শৈলী

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) মধ্যমণি

৮. আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত কোনে যোগসূত্ৰ নামৰ গ্ৰন্থখন সংকলন কৰিছিল?

(ক) চানক্য পণ্ডিতে

(খ) দ্ৰাবিড়সকলে

(গ) মহৰ্ষি পতঞ্জলিয়ে

Answer: (গ) মহৰ্ষি পতঞ্জলিয়ে

৯. যোগবিদ্যাৰ কাৰ্যকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত ৰাষ্ট্ৰসংঘই কোনটো তাৰিখ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে?

(ক) ১ জুন তাৰিখে

(খ) ১২ জুন তাৰিখে

(গ) ২১ জুন তাৰিখে

Answer: (গ) ২১ জুন তাৰিখে

১০. মেঘালয়ৰ খাছীয়া লোকসকল কি গোষ্ঠীৰ লোক?

(ক) অষ্ট্ৰিক গোষ্ঠীৰ

(খ) নৃ-গোষ্ঠীৰ

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) অষ্ট্ৰিক গোষ্ঠীৰ

১১. মিজো শব্দৰ অৰ্থ কি?

(ক) ‘পাহাৰৰ বাসিন্দা’

(খ) মাতৃতান্ত্ৰিক

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) ‘পাহাৰৰ বাসিন্দা’

১২. উত্তৰ ভাৰতৰ ভাষাসমূহৰ ভিতৰত সবাতোতকৈ আগত  কি ভাষাত মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ’ অনুবাদ কৰিছিল?

(ক) অসমীয়া ভাষাত

(খ) পাৰ্চী ভাষাত

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) অসমীয়া ভাষাত

১৩. মন্দিৰবোৰত সাধাৰণতে কেইটা অংশ দেশা যায়?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

Answer: (খ) দুটা

১৪. তলাতল ঘৰটো কোনে নিৰ্মাণ আৰম্ভ কৰিছিল?

(ক) স্বৰ্গদেৱ ৰুদ্ৰসিংহই

(খ) শিৱ সিংহই

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) স্বৰ্গদেৱ ৰুদ্ৰসিংহই

১৫. বিহু কেইটা?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

Answer: (খ) ৩ টা

১৬. উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ কি বিহু পাতে?

(ক) মুকলি বিহু

(খ) জেং বিহু

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) জেং বিহু

১৭. বহাগ বিহুক আন কি নামেৰে জনা যায়?

(ক) কঙালী বিহু

(খ) ৰঙালী বিহু

(গ) ভোগালী বিহু

Answer: (খ) ৰঙালী বিহু

১৮. অসমৰ জাতীয় উৎসৱ কি?

(ক) ঈদ

(খ) বিহু

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) বিহু

১৯. কিমান চন মানত সিন্ধু সভ্যতাৰ পতন হৈছিল?

(ক) ১৪০০ চনত

(খ) ১৩০০ চনত

(গ) ১৫০০ চনত

Answer: (গ) ১৫০০ চনত

২০. মাঘ বিহুক আন কি নামেৰে জনা যায়?

(ক) ভোগালী বিহু

(খ) কঙালী বিহু

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) ভোগালী বিহু