Month: January 2023

Class 10 Social Science MCQs Answer | Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

১. কিমান চনত প্ৰথম ইংগো-ব্ৰহ্মি যুদ্ধৰ অসম-পৰ্বৰ সূচনা আৰু সমাপ্তি ঘটে? (ক) ১৮৫৭ চনত (খ) ১৮২৫ চনত (গ) ১৮২৬ চনত Answer: (খ) ১৮২৫ চনত ২. ইংৰাজসকলে প্ৰবৰ্তন কৰা আধুনিক শিক্ষাই ভাৰতীয় সমাজক কেই ধৰণৰ প্ৰভাৱ পেলোৱা দেখা যায়? (ক) তিনি ধৰণৰ (খ) চাৰি ধৰণৰ (গ) দুই ধৰণৰ Answer: (গ) দুই ধৰণৰ ৩. কিমান শতিকাৰ শেষাৰ্দ্ধত…

Read the full article