Month: January 2023

Class 10 Social Science MCQs Answer | Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

১. ঊনবিংশ শতিকাৰ ত্ৰিছ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত কি কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল? (ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে (খ) তাতা কোম্পানীয়ে (গ) ইয়াৰে এটাওঁ নহয়। Answer: (ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ২. ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই কিমান চনত বিদ্ৰোহ ঘোষণা কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেঁটি কঁপাই তুলিছিল? (ক) ১৮২৫ চনত (খ) ১৮৩২…

Read the full article