Month: January 2023

Class 10 Social Science MCQs Answer | Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

১. প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? (ক) ১৯১৮ চনত (খ) ১৮৯৩ চনত (গ) ১৯১৪ চনত Answer: (গ) ১৯১৪ চনত ২. কোনে প্ৰমাণ কৰিছিল যে সাধৰণ মানুহৰ মাজত অসীম বল আৰু শক্তি লুকাই থাকে? (ক) ৰুছ বিপ্লৱে (খ) মহাত্মা গান্ধীয়ে (গ) অৰুপে Answer: (ক) ৰুছ বিপ্লৱে ৩. কিমান চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে…

Read the full article