Class 10 Social Science MCQs Answer | Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

১. প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল?

(ক) ১৯১৮ চনত

(খ) ১৮৯৩ চনত

(গ) ১৯১৪ চনত

Answer: (গ) ১৯১৪ চনত

২. কোনে প্ৰমাণ কৰিছিল যে সাধৰণ মানুহৰ মাজত অসীম বল আৰু শক্তি লুকাই থাকে?

(ক) ৰুছ বিপ্লৱে

(খ) মহাত্মা গান্ধীয়ে

(গ) অৰুপে

Answer: (ক) ৰুছ বিপ্লৱে

৩. কিমান চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দলন আৰম্ভ কৰিছিল?

(ক) ১৯১৭ চনত

(খ) ১৮৬৯ চনত

(গ) ১৮৯৩ চনত

Answer: (গ) ১৮৯৩ চনত

৪. মহাত্মা গান্ধীয়ে আইন অধ্যয়ন কৰিবলৈ ক’লৈ গৈছিল?

(ক) মুম্বাইলৈ

(খ) লণ্ডনলৈ

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) লণ্ডনলৈ

৫. মহাত্মা গান্ধীয়ে কিমান চনত ব্যাৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল?

(ক) ১৮৮৮ চনত

(খ) ১৮৯৩ চনত

(গ) ১৮৯১ চনত

Answer: (গ) ১৮৯১ চনত

৬. মহাত্মা গান্ধীয়ে আইন অধ্যয়ন কৰিবলৈ লণ্ডনত কিমান চনত গৈছিল?

(ক) ১৮৮৮ চনত

(খ) ১৮৯৩ চনত

(গ) ১৮৯১ চনত

Answer: (ক) ১৮৮৮ চনত

৭. প্ৰথম মহাযুদ্ধ কিমান চনত হৈছিল?

(ক) ১৯১৪ চনত

(খ) ১৯১৫ চনত

(গ) ১৯১৬ চনত

Answer: (ক) ১৯১৪ চনত

৮. ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰিছিল?

(ক) ১৯২০ চনত

(খ) ১৯১৯ চনত

(গ) ১৯১৮ চনত

Answer: (খ) ১৯১৯ চনত

৯. অসহযোগ আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ চলিছিল?

(ক) ১৯২০ চনৰ পৰা ১৯২৪ চনলৈ

(খ) ১৯২০ চনৰ পৰা ১৯২৩ চনলৈ

(গ) ১৯২০ চনৰ পৰা ১৯২২ চনলৈ

Answer: (গ) ১৯২০ চনৰ পৰা ১৯২২ চনলৈ

১০. ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত কোনটো সৰ্ববৃহৎআন্দোলন হিচাপে পৰিগণিত হৈছিল?

(ক) অসহযোগ আন্দোলন

(খ) খিলাফৎ আন্দোলন

(গ) সত্যাগ্ৰহ বা অহিংস আন্দোলন

Answer: (ক) অসহযোগ আন্দোলন

১১. জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনৰ?

(ক) ১৯২১ চনৰ

(খ) ১৯২০ চনৰ

(গ) ১৯১৯ চনৰ

Answer: (গ) ১৯১৯ চনৰ

১২. আইন অমান্য আন্দনোলন কিমান চনত আৰম্ভ হৈছিল?

(ক) ১৯২৯ চনত

(খ) ১৯৩০ চনত

(গ) ১৯৩১ চনত

Answer: (গ) ১৯৩১ চনত

১৩. আইন অমান্য আন্দোলনক আৰু কি বুলি জনা যায়?

(ক) ৰাওলাট

(খ) দাণ্ডি যাত্ৰা

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) দাণ্ডি যাত্ৰা

১৪. দাণ্ডি যাত্ৰাৰ আৰম্ভণি কিমান চনৰ কিমান তাৰিখে হৈছিল?

(ক) ১৯৩০ চনৰ ১২ মাৰ্চ তাৰিখে

(খ) ১৯৩০ চনৰ ১৩ মাৰ্চ তাৰিখে

(গ) ১৯৩০ চনৰ ১৪ মাৰ্চ তাৰিখে

Answer: (ক) ১৯৩০ চনৰ ১২ মাৰ্চ তাৰিখে

১৫. ১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেল ক’ত অনুষ্ঠিত হৈছিল?

(ক) মুম্বাইত

(খ) লণ্ডনত

(গ) দিল্লীত

Answer: (খ) লণ্ডনত

১৬. কিমান চনৰ কি মাহত  নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভণি কৰিছিল?

(ক) ১৯৩০ চনৰ মাৰ্চ মাহত

(খ) ১৯৪০ চনৰ আগষ্ট মাহত

(গ) ১৯৪২ চনৰ আগষ্ট মাহত

Answer: (গ) ১৯৪২ চনৰ আগষ্ট মাহত

১৭. কিমান চনত সুভাষ চন্দ্ৰ বসু এটা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় বুলি কোৱা হয়।

(ক) ১৯৪০ চনত

(খ) ১৯৪৩ চনত

(গ) ১৯৪৫ চনত

Answer: (গ) ১৯৪৫ চনত

১৮. মহাত্মা গান্ধীৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে

(খ) ১৮৭০ চনৰ ২ অক্টোবৰ তাৰিখে

(গ) ১৮৭১ চনৰ ২অক্টোবৰ তাৰিখে

Answer: (ক) ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে

১৯. কিমান চনত ব্ৰিটিছসকলে দ্বিতীয় মহাযুদ্ধত জয় লাভ কৰিছিল?

(ক) ১৯৪০ চনত

(খ) ১৯৪৩ চনত

(গ) ১৯৪৫ চনত

Answer: (গ) ১৯৪৫ চনত

২০. কিমান চনৰ কি মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে?

(ক) ১৯৪৭ চনৰ আগষ্ট মাহত

(খ) ১৯৪৭ চনৰ জুলাই মাহত

(গ) ১৯৪৭ চনৰ জানুৱাৰী মাহত

Answer: (খ) ১৯৪৭ চনৰ জুলাই মাহত