Month: January 2023

Class 10 Social Science MCQs Answer Chapter 1 | বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

১. ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগক  অসমৰ সৈতে সংলগ্ন কৰি কি নামৰ এখন প্ৰদেশ গঠন কৰিছিল? (ক) ‘পূৰ্ব বংগ আৰু অসম’ (খ) বংগদেশ (গ) পশ্চিম বংগ Answer: (ক) ‘পূৰ্ব বংগ আৰু অসম’ ২. কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো ‘গৱৰ্ণৰ জেনেৰেল’ পদলৈ উন্নীত কৰিছিল। (ক) ১৮৯৯ (খ) ১৭৭৩ (গ) ১৮৫৭…

Read the full article