Month: January 2023

Class 8 Assamese Book Chapter 5 ভক্ত প্ৰহ্লাদ Short Question Answer

1/ প্ৰহ্লাডৰ পিতৃৰ নাম কি? উত্তৰঃ প্ৰহ্লাডৰ পিতৃৰ নাম হিৰণ্যকশিপুৰ। 2/ নাটিকাখনি কেইটা দৃশ্যত বিভক্ত ? উত্তৰঃ নাটিকাখনি ৫টা দৃশ্যত বিভক্ত। 3/ হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল ? উত্তৰঃ হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। 4/ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল ? উত্তৰঃ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল।…

Read the full article