Month: January 2023

Class 8 Assamese Book Chapter 4 জাগা জননীৰ সন্তান Short Question Answer

1/ কবিয়ে কাক জাগি উঠিবলৈ কৈছে ? উত্তৰঃ কবিয়ে জননীৰ সন্তানক জাগি উঠিবলৈ কৈছে। 2/ দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে ? উত্তৰঃ দুৰ্জ্জয় অভিযান বুলি দেশৰ অপকাৰ কৰা বুজাইছে। 3/ দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে ? উত্তৰঃ দুৰ্জ্জয় অভিযানেৰে মৃত্যুক গছকিবলৈ কৈছে। 4/ জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? উত্তৰঃ জননীৰ সন্তানক কৰ্মহীনতাই দুৰ্বল…

Read the full article