পৰিমিতি অধ্যায় 9 অনুশীলনী 9 (A) 1. তলৰ চিত্ৰবোৰৰ পৰিসীমা উলিওৱা । ( জোখেৰে ছেমি. ত দিয়া আছে ) 2. ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ দিয়া আছে । পৰিসীমা উলিওৱা । (i) 7 ছেমি., 6 ছেমি., 4.6 ছেমি. (ii) 15 মিমি., 2.3 ছেমি., 18 মিমি. (iii) 4 মি., 2 মি. 50 ছেমি., 3 মি. 3. চতুৰ্ভুজৰ…