সকলো ঠাইতে থাকো মই সকলোৱে খায়চ সকলো সৃষ্টি মোৰ মাজতে সকলোৱে পায় ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ বতাহ
শদিয়ালৈ গৈছিলো,শতফুল খাইছিলো কেঁচাপাতত বান্ধিছিলো লোণ মাকতকৈ ডাঙৰ হৈ উপজিয়েই জপিয়াই কোন ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ আখৈ
হাতীৰ দাঁত,কাঁইটিয়া পাত যিয়ে ক’ব নোৱাৰে,সিয়ে গোলামৰ জাত ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ বেঙেনা