Month: January 2023

Class 8 Assamese Book Chapter 6 প্ৰগতিৰ সোণালী বাট Short Question Answer

প্ৰগতিৰ সোণালী বাট 1/ প্ৰদৰ্শনীখন কোনে পাতিছিল ? উত্তৰঃ প্ৰদৰ্শনীখন মহিলাসকলে পাতিছিল। 2/ মানুহে ভিৰ কৰা বিপণিখনত কি পদৰ্শন কৰা হৈছিল ? উত্তৰঃ মানুহে ভিৰ কৰা বিপণিখনত এড়িপলু পোহাৰ পদ্ধতি পদৰ্শন কৰা হৈছিল। 3/ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে ? উত্তৰঃ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ…

Read the full article