Month: January 2023

Class 10 Social Science MCQs Answer | Chapter 4 অসমৰ ভূগোল

১। ২০১১ চনৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোকে অসমত বাস কৰিছিল? (ক) ৩.৬ শতাংশ (খ) ২.৭ শতাংশ (গ) ২.৬ শতাংশ Answer: (গ) ২.৬ শতাংশ ২। অসমৰ মুঠ জনসংখ্যা কিমান লাখ? (ক) ৩১২.০৫ লাখ (খ) ৩৬৭.৮০ লাখ (গ) ২৯০.৬৭ লাখ Answer: (ক) ৩১২.০৫ লাখ ৩। ২০০১ চনৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যা প্ৰায়…

Read the full article